WORL (950 kHz) হৈছে আমেৰিকাৰ ফ্ল'ৰিডাৰ অৰলেণ্ডোত অনুজ্ঞাপত্ৰপ্ৰাপ্ত এটা বাণিজ্যিক এ এম ৰেডিঅ' ষ্টেচন। ই গ্ৰেটাৰ অৰলেণ্ডো ৰেডিঅ’ বজাৰকে ধৰি চেণ্ট্ৰেল ফ্ল’ৰিডাক সেৱা আগবঢ়ায়। চেলেম মিডিয়া গ্ৰুপৰ মালিকানাধীন এই ষ্টেচনত "এ এম ৯৫০ আৰু এফ এম ৯৪.৯ দ্য এন্সাৰ" নামেৰে জনাজাত ৰক্ষণশীল টক ৰেডিঅ' ফৰ্মেট প্ৰচাৰ কৰা হয়।
মন্তব্য (0)